Hira Hira | Zubeen Garg | Barnali

Song : Hira Hira Hiradoi
Singer : Zubeen Garg & Barnali

হিৰা হিৰা হিৰা হিৰা হিৰা হিৰা হিৰাদৈ
তোক লৈ লৈ লৈ লৈ লৈ যাম মোৰ ঘৰলৈ

FEMALE:

হিয়া হিয়া হিয়া হিয়া হিয়া হিয়া
হিয়া জান ঐ
মোক লৈ লৈ লৈ লৈ লৈ যা তোৰ কাষলৈ

MALE:

তোক জীয়া জীয়া জীয়া জীয়া জীয়া জীয়া
মৰমে বান্ধি থম
মই প্ৰিয়া প্ৰিয়া প্ৰিয়া প্ৰিয়া প্ৰিয়া
লগৰী তোৰে হম

FEMALE:

হিয়া হিয়া হিয়া হিয়া হিয়া হিয়া
হিয়া জান ঐ
মোক লৈ লৈ লৈ লৈ লৈ যা তোৰ কাষলৈ
মই তোক তোক তোক তোক তোক
সদায়ে বুকুত ৰাখিম
মই তোৰ তোৰ তোৰ তোৰ তোৰ
মৰমতে ডুবি থাকিম

MALE:

হিৰা হিৰা হিৰা হিৰা হিৰা হিৰা হিৰাদৈ
তোক লৈ লৈ লৈ লৈ লৈ যাম মোৰ ঘৰলৈ


(MUSIC)...


MALE:

মৰমী সাৰথি, চেনেহী চিনাকি
অনুভৱ আমাৰ, মনৰ নিচুকনি

FEMALE:

মৰমী সাৰথি, চেনেহী চিনাকি
অনুভৱ আমাৰ, মনৰ নিচুকনি

MALE:

উম প্ৰেম ভাল পোৱা, অনুভূতি বেথা
সযতনে সঁচা, হৃদয়তে থকা

FEMALE:

উম প্ৰেম ভাল পোৱা, অনুভূতি বেথা
সযতনে সঁচা, হৃদয়তে থকা

MALE:

থাকিব থাকিব এধানি, মালা হৈ
হিৰা হিৰা হিৰা হিৰা হিৰা হিৰা হিৰা দৈ

FEMALE:

মোক লৈ লৈ লৈ লৈ যা তোৰ কাষলৈ


(MUSIC)...


MALE:

ভাগৰু পাহৰি, সপোন দিঠক কৰি
হাঁহিম দুয়ো আমি, একেলগে বহি

FEMALE:

অ' .. ভাগৰু পাহৰি, সপোন দিঠক কৰি
হাঁহিম দুয়ো আমি, একেলগে বহি


MALE:

মিঠা ৰহঘৰা, যৌৱনৰে কথা
আশা ভৰসা, কামনা বাসনা

FEMALE:

মিঠা ৰহঘৰা, যৌৱনৰে কথা
আশা ভৰসা, কামনা বাসনা


MALE:

ফুলিব ফুলিব ফুলিব , এপাহী ফুল হৈ
হিৰা হিৰা হিৰা হিৰা হিৰা হিৰা হিৰা দৈ
তোক লৈ লৈ লৈ লৈ লৈ যাম মোৰ ঘৰলৈ

Post a Comment

Previous Post Next Post

Contact Form