Nila Nila akhore | Zubeen Garg | Album: Jaanmoni 2007

Song: Nila Nila
Album: Jaanmoni 2007
Artist: Shyamantika, Akashdeep, Raag Oinitom
Singer: Zubeen Garg

অ নীলা নীলা আখৰে
মাজনী বগা কৈ কাগজতে
অ ৰাতি বাৰ বজাতে
মাজনী চিঠি লিখোঁ তোমালে


অ নীলা নীলা আখৰে
মাজনী বগা কৈ কাগজতে
অ ৰাতি বাৰ বজাতে
মাজনী চিঠি লিখোঁ তোমালে


ভাৱনাৰ সাগৰতে
আশাৰে ঢৌ উঠিলে
অ মাজনী ঐ
প্ৰেমৰ জুইয়ে দহিছে মোক আজি জানা নে
প্ৰেমৰ জুইয়ে দহিছে মোক


অ ৰঙা বগা সূতাৰে
চেনাইটি গামোচাৰ ফুল বাচোতে
অ তোমাৰে মুখনিকে
চেনাইটি দেখোঁ মোৰ চালেকিতে


অ ৰঙা বগা সূতাৰে
চেনাইটি গামোচাৰ ফুল বাচোতে
অ তোমাৰে মুখনিকে
চেনাইটি দেখোঁ মোৰ চালেকিতে


ফুলটিকে নালাগে ঘনাই সূতা চিগে
অ চেনাইটি অ কি মৰমে বান্ধিলা মোক
তুমি জানা নে কি মৰমে বান্ধিলা মোক


(Music)...


এদিন মই সপোনতে মাজনী
দেখিছিলোঁ তোমাকে
সাৱটিব খোজো তে
মাজনী টোপনি মোৰ ভাগিল

এদিন মই সপোনত মাজনী
দেখিছিলোঁ তোমাকে
সাৱটিব খোজো তে
মাজনী টোপনি মোৰ ভাগিলে


এদিন মই সপোনত মাজনী
দেখিছিলোঁ তোমাকে
সাৱটিব খোজো তে
মাজনী
টোপনি মোৰ ভাগিলে


গাৰো টি মোৰ কাষতে
তুমি যে আতঁৰতে
অ মাজনী অ
বেলি আহি দেখা দিলে মোক
ৰাতি পুৱাতে বেলি আহি দেখা দিলে মোক


ঐ অবুজন মনকে চেনাইটি
বজাও নো মই কিদৰে
তুমি থাকা দৰে দৰে
চেনাইটি নেপাওঁ নো ওচৰতে


ঐ অবুজন মনকে চেনাইটি
বজাও নো মই কিদৰে
অ তুমি থাকা দূৰে দূৰে
চেনাইটি নেপাওঁ নো ওচৰতে


ঐ অবুজন মনকে চেনাইটি
বজাও নো মই কিদৰে
অ তুমি থাকা দূৰে দূৰে
চেনাইটি নেপাওঁ নো ওচৰতে


মনৰ দাপোনতে
তোমাৰ প্ৰতিচ্ছবিয়ে
অ চেনাইটি অ
আমনি কৰে হি মোক
আজি জানা নে আমনি কৰে হি মোক
আমনি কৰে হি মোক আজি জানা নে
আমনি কৰে হি মোক আজি জানা নে

Post a Comment

Previous Post Next Post

Contact Form