Aane Juwa Bate Lyrics

Aane Juwa Bate Lyrics



Song: Aane Juwa Bate

Singer: Zubeen Garg

Film: Dinabandhu

Aane Juwa Bate Lyrics

আনে যোৱা বাটে নোযোৱা ছোৱালী জনী 

পোৱা নে চিনি 

পোৱা নে চিনি …….(2X)

নৈ পাৰত এছটা শিলত বহি 

পানীৰ কোভা চাই

সোনবৰণীয়া চুলি তাৰি মেলি

তাই জানো কি পাই…..(2X)

বুকুত বিছাৰে কান পাতি তাই

সুৰৰ গুন গুননী

আনে যোৱা বাটে  নোযোৱা ছোৱালী জনী

পোৱা নে  চিনি

পোৱা নে চিনি

AssameseLyrical.com

ডিঙা বাই বাই নাওঁৰিয়া আহে যায়

তাইলৈ  কেৰাহী কৈ চাই 

তাইৰ কাষলৈ যাও কি নাযাও কৈ

নাওখন নিয়ে চপাই……(2X)

পাৰলৈকে নে গৈ উঠিব সিহঁত

নৈৰে উৰঙা পানী

আনে যোৱা বাটে নোযোৱা ছোৱালী জনী

পোৱা নে চিনি

পোৱা নে চিনি

Leave a Comment