Anuradha Title Song Lyrics

 

Promotion
Anuradha Title Song Lyrics

Promotion

Song: Anuradha Title Song

Singer: Zubeen Garg & Treen Sharma

Anuradha Title Song Lyrics

যুগে যুগে প্ৰতি খোজে অনুৰাধা

তোমাতেই মই হ’ম  বিলিন

এন্ধাৰৰে চুকে চুকে

আছো মই তোমাতে বিলিন

অনুৰাধা

 অনুৰাধা

অনুৰাধা

অনুৰাধা

সময়ৰে খাজে খাজে  বৈ আহে ৰাতি দিন

হ্ৰিদয়ৰে সিয়্নাতে আশ্ৰু নিগৰা বিন   

অনুৰাধা

অনুৰাধা

অনুৰাধা….

অনুৰাধা..

AssameseLyrical.com

চকুৱেদি বৈ আহে  নিদ্ৰাহীন কবিতা 

এন্ধাৰতো জ্বলি মোৰে  নজ্বলোৱা শলিতা

সপোনৰো শেষ আছে শেষ নহয় হ্তাশা

জ্বলি জ্বলি জ্বলে মাথো হেৰোৱালো উঠৰ ভাষা 

অনুৰাধা 

অনুৰাধা

 অনুৰাধা……(2X)

চকুৰে নৈ বৈ বৈ বৈ আহে নিৰৱ্তা 

সুখে দুখে জীৱনে দি যায় নিৰ ব্যাকুলতা 

জীৱনৰো শেষ আছে

শেষ নহয় জিজ্ঞাসা 

মৃত্যুয়ে চুমা যাচে 

চুমাতেই যেন প্রত্যাশা

অনুৰাধা

অনুৰাধা 

অনুৰাধা

অনুৰাধা…….(2X)

কবিতাৰে কাহিনি শেষ হ’ও হ’ও অনুৰাধা 

কবিতাৰে কাহিনি শেষ নহয় অনুৰাধা 

কবিতৰো শেষ আছে শেষ নহয়  স্তপধতা 

শব্দ বোৰ লেখি লেখি চুব খোজে মৌনতা 

অনুৰাধা 

অনুৰাধা 

অনুৰাধা……(2X)

Leave a Comment