Bujiu Nubujane Lyrics |
Promotion
Song: Bujiu Nubujane
Promotion
Singer: Zubeen Garg
Album: Unmona Mon
Bujiu Nubujane Lyrics
বুজিও নুবুজানে
কিমান তোমাক বিচাৰো যে
ক’ব খুজিও মই
নোৱাৰো ক’ব একো
ভয় লাগে যদি তুমি আতঁৰি যোৱা
বুজিও নুবুজানে
নোৱাৰো ভাবিব কিয়নো একো মই
তোমাক দুৰত ৰাখি
বাহিৰে ভিতৰে সকলোতে আজি মোৰ
উমলি আছা তুমি (2X)
AssameseLyrical.com
হিয়াৰ আপোন বুলি
তুমিয়ে কাষত মোৰ এই জীৱ্নত
এই জীৱ্নত
বুজিও নুবুজানে…
বহুতৰ হিয়াৰ মাজত বিচাৰি গ’লো মই
নাপালো সঁচা মৰম
তুমিয়েই দিলা মোক মৰমৰ সহাঁৰি
ৰ’লাহি নিৰৱে কাষত (2X)
কাৰোবাৰ মৰম পায়
তুমিও যাবা নেকি মোক পাহৰি
মোক পাহৰি
বুজিও নুবুজানে
কিমান তোমাক বিচাৰো যে
কব খুজিম মই
নোৱাৰো কব একো
ভয় লাগে যদি তুমি আতৰি যোৱা