Sesa Pori Jabo Nidiba Lyrics

Sesa Pori Jabo Nidiba  Lyrics



Song: Sesa Pori Jabo Nidiba

Album: Aaloxuwa Mon

Singer: Babu

Sesa Pori Jabo Nidiba Lyrics

চেচাঁ পৰি যাব নিদিবা

তোমাৰ গাভৰূু দেহা


তোমাৰ পৰশ পালে উমাল হব

বুকুৰ ভাজত ঘামে উমলিব


দুচকুৱে কথা কব

দুটি ওঠঁ মাথোঁ কপিঁব


গভীৰ হব মৰম কিমান

মনে মাথোঁ বুজিব


চেচাঁ পৰি যাব নিদিবা

তোমাৰ গাভৰু দেহা


AssameseLyrical.com


 তোমাৰ পৰশ পালে  উমাল হব

বুকুৰ ভাজত ঘামে উমলিব


 মনৰ কথাটি

 ্নকলেও তুমি চাগে বুজা

লওঁ নে সাৱটি

 সকলো তোমাৰ এটি খোজত  (2X)

 ্দুটি দেহা এটি কৰোঁ আহাঁ

মৰম নদীত উটি উটি


চেচাঁ পৰি যাব নিদিবা

তোমাৰ গাভৰু দেহা


 তোমাৰ পৰশ পালে উমাল হব

বুকুৰ    ভাজত ঘামে উমলিব


দীঘ্ল নিশাটি

 উশাবোৰ দেখোঁ চুটি চুটি

শীতল এছাতি 

 ও প্ৰেমৰ ব্য় চুলেহি দেহাতি (2X)

 দুটি দেহা এটি কৰোঁ আহাঁ

মৰম নদীত উটি উটি


চেচাঁ পৰি যাব নিদিবা

তুমাৰ গাভৰু দেহা


 তুমাৰ পৰশ পালেই উমাল হব

বুকুৰ  ভাজত থামে উমলিব

Post a Comment

Previous Post Next Post

Contact Form