Silaa Lyrics

Published on November 26, 2020

Silaa Lyrics



Song:  Silaa

Singer: Zubeen Garg

Album: Silaa

Silaa Lyrics

চিলা চিলা চিলা মই

তোৰ আকাশৰে

উৰি উৰি ফুৰো মই

ডাৱৰে পোহৰে

চিলা চিলা চিলা মই

তোৰ আকাশৰে

ঘূৰি ঘূৰি ফুৰো মই

মনৰ আশে-পাশে

চিলনীৰ জাক উৰে

ময়ো তাকে খেদি যাওঁ

সূতা কাটি গ’লেও

তোৰেই ঘৰ পাওঁ

চিলা চিলা চিলা মই

তোৰ আকাশৰে

উৰি উৰি ফুৰো মই

ডাৱৰে পোহৰে

AssameseLyrical.com

চিলা চিলা চিলা মই

তোৰ আকাশৰে

উৰি উৰি ফুৰো মই

মনৰ আশে-পাশে

বৰষাৰে এই গুণ-গুণ

ৰুণুক জুনোক সুমধূৰ

উৰিব নোৱাৰোঁ

বৰ কামোৰ

সদায় উৰিবলে মন যায়

আকাশ ভেদি ভেদি মোৰ

ছিগি হ’লেও পৰিম

আঁচলতে তোৰ

চিলনীৰ জাক উৰে

ময়ো তাকে খেদি যাওঁ

সূতা কাটি গ’লেও

তোৰেই ঘৰ পাওঁ

চিলা চিলা চিলা মই

তোৰ আকাশৰে

উৰি উৰি ফুৰো মই

মনৰ আশে-পাশে

উখল-মাখল মোৰ সপোন

হাতৰ পাঁকতে তোৰ

ঘূৰা ঘূৰা লেটাই ঘূৰা

মই আদিম

নাচোনৰে মই পগলা

নাচোনৰে পখিলা

তালে তালে তোৰ

ছন্দত মই নাচিম

চিলনীৰ জাক উৰে

ময়ো তাকে খেদি যাওঁ

সূতা কাটি গ’লেও

তোৰে ঘৰ পাওঁ

চিলা চিলা চিলা মই

তোৰ আকাশৰে

উৰি উৰি ফুৰো মই

ডাৱৰে পোহৰে……