Tik Tik Koi (Misakoi Nokobi) Lyrics

Published on November 22, 2020
Tik Tik Koi (Misakoi Nokobi) Lyrics



Song: Tik Tik Koi (Misakoi Nokobi)

Singer: Dipanwita Deka & Neel Akash


Tik Tik Koi (Misakoi Nokobi) Lyrics


 টিক টিক কৈ ৰঙা দুগালত

চুমাতো আকোং যেন

লাগিছে মৰম বেছিকৈ

চিকুতি থাকোং যেন

মিচিকিয়াই হাহি থাকিবি

তোকে চাই থাকোং যেন

তোৰ বুকুতে শুবলৈ

কাষলৈ আহোং যেন

অ’ মৰম দি মৰমকন লৈয়ে যা

কলিজা লৈ কলিজা থৈয়ে যা

অ’ কথা দে মই কথা দিলো তোক

অ’ মইনা কইনা জনী হৈয়ে যা ….. (2x)

মিচাকৈ নকবি

সচাকৈ শুধিছো

জানিব সুধিছো

আৰু কিমানজনী আছে

বুকুৰে ভিতৰত

আছে তইয়ে জান

কলেও নামান

তোৰেনো নাম লিখা আছে

ঠাই বুকুতে নিদিবি

মোৰ বাদে আন কাৰোবাক

তই বাপেকি হলে মই

হম পুনাকেইটিৰে মাক

AssameseLyrical.com

 অ’ মৰম দি মৰমকন লৈয়ে যা

কলিজা লৈ কলিজা থৈয়ে যা

অ’ কথা দে মই কথা দিলো তোক

অ’ মইনা কইনা জনী হৈয়ে যা …….(2x)

তোকে পাই জীৱনত

এচিকুত হাহিছো এচিকুত কান্দিছো

দুখতো সুখ অকন আছে

আছো তোৰে কাষত

ওৰে জীৱন থাকিম

সদায় লাগিম ভাগিম

তোৰ বাদে নো কোন আছে

ঠাই বুকুতে নিদিবি

মোৰ বাদে আন কাৰোবাক

তই বাপেকি হলে মই

হম পুনাকেইটিৰে মাক

অ’ মৰম দি মৰমকন লৈয়ে যা

কলিজা লৈ কলিজা থৈয়ে যা

অ’ কথা দে মই কথা দিলো তোক

অ’ মইনা কইনা জনী হৈয়ে যা 

অ’ মৰম দি মৰমকন লৈয়ে যা

কলিজা লৈ কলিজা থৈয়ে যা

অ’ কথা দে মই কথা দিলো তোক

অ’ মইনা কইনা জনী হৈয়ে যা