x

Xoru Manuh Lyrics

 

Promotion
Xoru Manuh Lyrics


Song: 
Xoru Manuh (Horu Manuh)

Singer: Kul Deep

Promotion

Xoru Manuh Lyrics


আমিতো সৰু মানুহ সৰু হয় এ থাকিম
ফতা কাগজতে সপোন বিলাক আকিম
মিছা চাল মাৰি  নিদিও নিজক ফাকি
জেপত টকা নাথাকিলেও সপোন বহুত বাকী

এন্ধাৰ  ৰাতি পোহৰ বিলাম জ্বলাই এটা চাকি
হেপাহতে উৰি আছো কলম তো মোৰ পাখি
পলম হব বাটত আৰু হব চাগে ৰাতি
জেপত টকা নাথাকিলেও সপোন  বহুত বাকী

সি হাহিছে দুখতে হয়চাগে পগলা, জাগিচে ভোকতে
সি মাগিচে  শান্তি , পাহৰি কষ্ট  হাহি তাৰ মুখতে
সি ভাগিচে বিসাদত, নিৰৱে অকলে বহিচে চুকতে
সি ভাবিচে কথাবোৰে , নিৰুপায় পৰিছে নিজৰে ৰুসতে

তোৰ তো   টকা নায় তোক লৈ
 ্মৰমৰ ছবি  খন   কুনেও অকা নাই
তোৰ তো টকা নাই, হব দে তাতে নো কিতো হল একোতো কথা নাই
তোৰ তো টকা নাই , তোৰ পথাৰৰ ফচলো সময়্ত  পকা নাই
তোৰ তো টকা নাই, জুজিচো ভিতৰত কথা মন খুলি তই বকা নাই

AssameseLyrical.com

ফতা  গেঞ্জি তলফালে হাফপেণ্ট
ফতা ভাগ্য লৈ বেলেগলে হাত মেল
   সৰু মানুহ তই সৰু হৈ থাক  সপোন ৰচিবলে কিহৰ য়েই বাঘ তেল

শুদ্ধ পথত যুদ্ধ কৰিম ৰুদ্ধ কৰে মাত কোনে
মনত বেচি চেকা হলে ধৰিব তোৰ গাত ঘুনে
ধনত বেচি আঠা চাবি লাগিব তোৰ লেঠা 
জেপত টকা নাথাকিলেও সুখী আমি লাখ গুনে

তই মনতে ধনী নে ধনতে
টকা পায় আঁঁৱ্গেও বেচিলি কমতে
তোৰ দুৰৰ পৰা ঘৰ তো চমকে 
বাহিৰত  অশান্তি সুখ বোৰ থমকে
ভাল কে ভাবিবি কথাবোৰ নাইবা তই একোকে নাপাবি গমকে
সময় তোৰ লাগিব বুজিবলে কথা  ভুকতে কল তো নপকে
কিবা তো  থাকিব অর্থ নাইবা তো এনেই সি  বাটতে নবকে 
সুখৰে সন্ধানত বিলাওতে দক্ষিনা চাবি দেই  ঠগিব গনকে

আমি তো সৰু মানুহ সৰু হৈ এ থাকিম
ফতা কাগজতে সপোন বিলাক আকিম
মিচা চাল মাৰি নিদিও নিজক ফাকি
জেপত টকা নাথাকিলেও সপোন  বহুত বাকি

Leave a Comment