Agoli Bahore Lyrics

Agoli Bahore Lyrics



Song: Agoli Bahore

Singer: Zubeen Garg

Album: Junaki Mon 

Agoli Bahore Lyrics

 হেই আগলি বাঁহৰে গগনা বজাও 

মাতে লাহৰি লাহৰি কৈ 

দেখিবৰে পৰা তোমাকে চাও ,

চকু  নাযায় আন কালৈ

লগৰি বোলো নে কোৱানা

ঘুমতিৰ বেলাতে চিকুনি সপোনে .

তোমাক আনি বুকুতে থয়

AssameseLyrical.com

হেই আগলি বাঁহৰ গগনা বজাও 

মাতে লাহৰি লাহৰি কৈ 

দেখিবৰে তোমাক চাও 

চকু নাযায় আন কালৈ 

লগৰি বোলো নে কোৱানা 

ঘুমতি বেলাতে চিকুনি সপোনে 

তোমাক আনি বুকুতে থয় 

হেই আগলি বাঁহৰে গগনা বজাও 

মাতে লাহৰি লাহৰি কৈ 

নান নান নান নান না ৰা 

নান নান নানা নান না ৰা 

নান নান না ৰা না  ৰা 

না ৰা না ৰা 

ফুতুকিয়া সেই ফ্ৰক চোলাটিৰে 

তোমাকে পাইছিলো ল’ৰালিত 

ফলি কিতাপ লৈ বহিছিলা সোন 

পাঠশালাৰে বাকৰিত 

ফুতুকিয়া  সেই ফ্ৰক চোলাটিৰে 

তোমাক পাইছিলো ল’ৰালিত

ফলি কিতাপ লৈ বহিছিলা সোন

পাঠশালাৰে বাকৰিত 

হেচুকি থৈ যায় অতীতে 

হাতে বাউলি সোৱৰনে মাতে 

মনটো যায় নিতে গাঁওলৈ 

হেই আগলি বাঁহৰে গগনা বজাও 

মাতে লাহৰি লাহৰি কৈ 

চতিয়্না জোপা একেই আছেনে 

তোমাৰ  নঙলামুখতে 

দুইওৰে শৈশৱ লগতে ৰাখি থৈ 

কুক- ভা এতিয়াও খেলানে 

চতিয়্না জোপা একেই আছেনে 

তোমাৰ নঙলামুখত 

দুইওৰে শৈশৱ লগতে ৰাখি থৈ 

কুক -ভা এতিয়াও খেলানে 

নৈ পৰিয়া বা ৰুনঝুন 

উভতি আহিছো গাঁওলৈ 

আছা হবলা বাটে চাই 

হেই আগলি বাঁহৰে গগনা বজাও 

মাতে লাহৰি লাহৰি কৈ 

দেখিবৰে পৰা তোমাকে চাও 

চকু নাযায় আন কালৈ 

লগৰি বোলো নে কোৱানা 

ঘুমতিৰ বেলাতে চিকুনি সপোনে 

তোমাক আনি বুকুতে থয় 

হেই আগলি বাঁহৰে গগনা বজাও 

মাতে  লাহৰি লাহৰি কৈ

দেখিবৰে পৰা তোমাকে চাও 

চকু নাযায় আন কালৈ

লগৰি বোলো নে কোৱানা 

ঘুমতিৰ বেলাতে চিকুনি সপোনে

তোমাক আনি বুকুতে থয় 

হেই আগলি বাঁহৰে গগনা বজাও

মাতে লাহৰি লাহৰি কৈ…

Leave a Comment