Andhar Hobo Nuwaru Lyrics

Published on December 4, 2020

Andhar Hobo Nuwaru Lyrics


Song:  Andhar Hobo Nuwaru

Singer: Zubeen Garg

Album: Asha

Andhar Hobo Nuwaru Lyrics

এন্ধাৰ হ’ব নোৱাৰো 

মচি দিব নোখোজো 

এন্ধাৰ হ’ব নোৱাৰো 

মচি দিব নোখোজো ,,,

 

পাঁখি মেলা অতিতক

 কিদৰে পাহৰো 

এন্ধাৰ হ’ব নোৱাৰো 

মচি দিব নোখোজো

পোহৰ বুলি জীয়ালো

মনে মনে প্ৰানতে 

হাতেৰে ঢুকি নোপোৱা জোনৰে ছবি  

 

AssameseLyrical.com

পাঁখি মেলি সপোনে 

আগচিলে জীৱ্নক 

কোনোবা দৰদী 

আকাশৰ নিলিমাতে 

 

সেই মন আজি যেন অসীমত 

লীন হোৱা তৃষা

কিদৰে পাহৰো মই 

এন্ধাৰ হ’ব নোৱাৰো 

মচি দিব নোখোজো 

পাঁখি মেলা অতীতক 

কিদৰে পাহৰো 

সাগৰ নীলা দুচকুত 

কি ৰং আনে জীৱ্নে 

নাজানো যদিও 

দুবাহু আছো মেলি 

 

সঁচা- মিচা সোমাজত 

সাঁতুৰিছো যদিও 

খেদি খেদি সোপনে 

মিঠা চুমা যাচে 

এই মন আজি যেন পোহৰত 

 প্ৰান পোৱা তৃষা 

কিদৰে পাহৰো মই ,,

এন্ধাৰ হ’ব নোৱাৰো 

মচি দিব নোখোজো 

এন্ধাৰ হ’ব নোৱাৰো 

মচি দিব নোখোজো 

পাঁখি মেলা অতিতক 

কিদৰে পাহৰো 

এন্ধাৰ হ’ব নোৱাৰো 

এন্ধাৰ হ’ব নোৱাৰো 

এন্ধাৰ হ’ব নোৱাৰো  ….

মচি দিব নোখোজো 

এন্ধাৰ হ’ব নোৱাৰো 

মচি দিব নোখেজো  …