Moromot Matisu Lyrics


Moromot Matisu Lyrics


Song: Moromot Matisu

Singer: Zubeen Garg and Bhitali Das

Album: Janmoni 2000


Moromot Matisu Lyrics


অ জান  ঐ ....

দূৰনিৰ পাহাৰত শুনো ৰিনি ৰিনি ,

ঐ শুৱ্লা কুলিৰে ঐ মাত ,

ঐ তোমাক বিছাৰি পালোহি জানমনি ,

ঐ দেহা মন পৰিছে হাত 


মৰমত মাতিছোঁ ,

তোমাক জানমনি 

তুমি মোৰ বুকুৰে ,

হিয়া বাখৰ মনি 


ঐ’ক’তেনো গৈ আছিলা ,

বিছাৰি ঐ ফুৰালা ,

জান ঐ..

কিয়নো তুমি মোক বলিয়া কৰিলা 


পাহাৰৰ জুৰিতি ,

বৈ আহে নিগৰী 

তোমাক নেদেখি ,

থাকো কেনে কৰি 


ইছাঁতিঐ বিছাঁতি ,

দেহানো ছাঁতি ফুতি 

জান ঐ...

মাতিলে ভাল লাগে  মোক জানমনি বুলি 


সপোনত মৰমী ,

আহা কাষে চাপি 

দিঠকত কিয়নো ,

যোৱাগৈ আতৰি 

AssameseLyrical.com

ঐ মৰমনো আকলোৱা ,

হিয়া জোৰ ঐ নপৰা  

জান ঐ ...

মন মতলীয়া তোমাক দেখাৰ পৰা 


ৰিনিকি ৰিনিকি ,

পেঁপাৰ মাত তিনহিতি 

তোমাৰ মাতে শুনি ,

ৰ’ব কে নোৱাৰি 


নদী নো দীপ মাজুলী ,

নোবোজো মৰমনো  কি 

জান ঐ...

ৰাখিবা তুমি বুকুতে বান্ধি 

Post a Comment

Previous Post Next Post

Contact Form