Pahi Meli Song Lyrics (পাহি মেলি)

Published on December 30, 2020


Song:  Pahi Meli 

Singer: Neel Akash

Pahi Meli Song Lyrics


পাহি মেলি  জীয়া পৃথিবী 

প্ৰনয়ৰে এই পুৱাটি 

কাষতে বিচাৰি তোমাকে

বলিয়া হিয়াই 

ভাৱ্নাতে তুমি ৰ’দালি  

ৰঙা নিলা মনে মোৰ আজি 

বহুতে তোমাৰ পৰশে 

দূৰনিলে লৈ যায় 

সোঁৱে – বাঁৱে চকুযুৰি



এটি সপোন সাজেঁ দেখি 

আৰু দিঠকতে বহু বাটে-ঘাটে 

তুমি অনুভূতি মোৰ 

সকলো ৰঙীন পোহৰতে ময়ো বিলীন  

চুচুক চামাক এটি হাঁহি  

ধীৰে-ধীৰে চাৱ্নিতে প্ৰেমতে মগন 

এই জীৱ্নৰে তুমি জোনাকী


AssameseLyrical.com


বাগৰি -বাগৰি ক্ষনবোৰে এপলক জিৰায় 

তোমাকে পুৱাৰ অজুহাতো অজানিতে পায় 

চিনাকি মনৰে অভিমানী

খিৰিকিৰে জুমি চায় 

কিজানিবা মিঠা সুৰ এটি ভাঁহে 

ৰিঙিয়াই সময়ে চোন 

উশাহৰে গুন গুন 

ভাগৰৰে ঠেহবোৰ 

ৰাতিৰ বৰষুন

সকলো ৰঙীন পোহৰতে ময়ো বিলিন 

চুচুক চামাক এটি হাঁহি  

ধীৰে-ধীৰে চাৱ্নিতে প্ৰেমতে মগন 

এই জীৱ্নৰে তুমি জোনাকী