Phulibo Diya Lyrics (ফুলিব দিয়া)

Published on December 21, 2020

Song: Phulibo Diya

Singer: Zubeen Garg

Phulibo Diya Lyrics

 ফুলিব দিয়া সপোন ফুলিব দিয়া 

থাকিব দিয়া তাতেই থাকিব দিয়া 

পৰশ কোঠাত দেখিলো তোমাক 

দিলা কিনো  সোঁৱৰনী 

চকুৰ পতাত কাৰে জিৰনী 

মৰমৰ এই যে আবাহনী 

ফুলিব দিয়া সপোন ফুলিব দিয়া 

    থাকিব দিয়া  তাতেই থাকিব দিয়া ……..

তোমাৰে হাহি তোমাৰে ছাঁয়া 

হৃদয়তে মোৰে ৰয়

সৰু সৰু পলে মোকেনো দিলে 

আমাৰে পৰিচয় 

এতিয়া সময়ো হ’ল ৰদালী বুকুতে ৰ’ল 

পৰশ কোঠাত দেখিলো তোমাক 

দিলা কিনো সোৱৰনী 

চকুৰ পতাত কাৰে জিৰনী 

মৰমৰ এই যে আবাহনী 

ফুলিব দিয়া সপোন ফুলিব দিয়া 

থাকিব দিয়া তাতেই থাকিব দিয়া……..

AssameseLyrical.com

টঙালতে দিলা সাঁজি সাঁজি 

আজি চিনাকী সাঁজ ধন 

মৰমতেনো মিলিবো দিয়াহি 

দুটি সচা হৃদয় 

এতিয়া সময়ো হ’ল ৰদালী বুকুতে ৰ’ল

পৰশ কোঠাত দেখিলো তোমাক 

দিলা কিনো সোঁৱৰনী 

চকুৰ পতাত কাৰে জিৰনী 

মৰমৰ এই যে আবাহনী 

ফুলিব দিয়া সপোন ফুলিব দিয়া 

        থাকিব দিয়া তাতেই থাকিব দিয়া ………