Rukshana Lyrics ( ৰুক্সানা)

Published on December 29, 2020


Song: Rukshana 

Singer: Neel Akash  and Arundhati Bhanupriya


Rukshana Lyrics


 ( এপাহ গোলাপ প্ৰেমৰে 

ফুলে কেনিবা নিৰবে  ) ২ 

কি যে  কাহিনী মৰমৰ

 কি যে হাহিঁটি আদৰৰ 

বুজাও নুবুজাও ভাবেৰে

 কৈ যায় তোমাৰেই নাম 

প্ৰণয়ৰে আৱেগে 

লিখি যায় তোমাৰেই নাম

 ( ৰুক্সানা… 

তুমি ৰুক্সানা…) ২ 

AssameseLyrical.com

সাবটি লৈ হেপাহঁ

তুমি হোৱা মোৰ উশাহ 

বাগৰি গৈ নিশা

 সেন্দুৰী ৰহণ সনা 

বুজো আজি মইয়ো তোমাকে

 দিলো জানা নিজক তোমালে 

আলসুৱা কোলাত প্ৰেমৰে 

তুলিছে বুকুত সঘনে 

আপোন হলো সাহস দিলো 

বাটে বাটে দুয়ো দুয়োকে 

বুজা নুবুজা ভাবেৰে 

কৈ যায় তোমাৰেই নাম 

প্ৰণয়ৰে আৱেগে

 লিখি যায় তোমাৰেই নাম

 ৰুক্সানা…. 

 তুমি ৰুক্সানা…  

ৰুক্সানা…..  

মই ৰুক্সানা….. 

 ৰুক্সানা….. 

তুমিয়েই ৰুক্সানা…  

ৰুক্সানা…..  

মইয়েই ৰুক্সানা…..  

ৰুক্সানা….. 

 মোৰেই ৰুক্সানা…..  

ৰুক্সানা…… 

 তোমাৰেই ৰুক্সানা….