ILa ILA Lyrics (ইলা ইলা)

Published on January 19, 2021

Song: ILa ILA (ইলা ইলা)

Singer: Rakesh Reeyan & Gitali Buragohain 

ILa ILA Lyrics


( অ’ ইলা ইলা ইলা আঘণৰ শুৱনি

অ’ পকা পকা পকা সোনালী ধাননী ) ২

ঘিলা ঘিলা ঘিলা ঘিলা চাপৰিয়া

চোৱা চোৱা চোৱা সোনগুটি ধুনীয়া

কৃষকৰ জীয়াৰী খেতিতে সপোন

ৰঙালী পলাশৰ নালাগে ফাগুন

ভাল পাও মই জানা মাটিৰ

বৰণ মোহনীয়া

বুজি পাও বুকুৰ বেঠা গভিৰ

মৰম আলফুলীয়া

( অ’ ইলা ইলা ইলা আঘণৰ শুৱনি

অ’ পকা পকা পকা সোনালী ধাননী ) ২

AssameseLyrical.com

মায়া মায়া মায়া সোপনৰ আলহী

চায়া চায়া চায়া মৰিচিকাৰ জাননি

অ’ মায়া মায়া মায়া সোপনৰ আলহী

চায়া চায়া চায়া মৰিচিকাৰ জাননি

অ’ কায়া কায়া কায়া কামদেৱৰে ছবি

অ’ ৰঙা ৰঙা ৰঙা যৌৱন প্ৰকৃতিৰ

লাজৰে উৰণি খহে সঘনাই

চিকুণাবিৰে সপোন যুৰাই

আকাশ বতাহ সাক্ষী হব

আমাৰ প্ৰণয়ৰ

অমি অমি আ সুৱাস

দুটি মন মিলনৰ

ৰিঙা ৰিঙা ৰিঙা আবেগৰ চাপৰি

অ’ দিয়া দিয়া সঁচা হিয়াৰে সহাৰি

অ’ কেঁচা কেঁচা কেঁচা যৌৱন অথনি

চহা চহা চহা সুষমা সানি ।