Nupur Lyrics (নুপুৰ)

Published on February 17, 2021

 

Singer: Nupur 

Singer: Kuldeep Suman

Nupur Lyrics

তোক এবাৰ চাবলে 

আশা  বহু দিনৰে 

তোক কাষত পাবলে 

হেপাঁহ বহু যুগৰে 

সাঁজিছো ঐ প্ৰেমৰ এটি পজাঁ 

উমলিম ঐ দুয়ো এদিন জানা 

তোক এবাৰ চাবলে 

আশা  বহু দিনৰে 

তোক কাষত পাবলে 

হেপাঁহ বহু যুগৰে 

আহিবিনে তই কাষলে 

উলটি মোৰ সৰু পজাঁলে

তইও চাগে ভাৱ সেই কথাকে 

মনে মনে মনৰে মাজতে

দুয়ো দু্য়োতে মিলি যাবলে 

সুখতোঁ যেনেকে দুখতো তেনেকে 

মিলি দু্য়ো থাকিলে 

মৰমবোৰ বাঢ়িলে 

ঈশ্বৰে সঁচাকে জাননে 

ৰাখিব দু্য়োকে কুশলে 

AssameseLyrical.com

তোক এবাৰ চাবলে 

আশা  বহু দিনৰে 

তোক কাষত পাবলে 

হেপাঁহ বহু যুগৰে 

(তুমি তুমি লগা বতাঁহ জাঁকে 

আজিও চুই যাই তোমাৰ দুভৰিৰ 

ৰুনজুন নুপুৰে আজিও 

আমনি কৰে মোক )

ভাবিছিলি নে তই সঁচাকে 

মৰমবোৰ ৰৈ যাব 

এনেকে মোৰ কথাই আমনি 

কৰিলে বাধা দিব পাৰিবিনে 

নিজকে কঁপালত নহলে 

বিধাতাইও নিদিলে 

কঁপালত নহলে 

বিধাতাইও নিদিলে তই কাষত 

নহলেও উৰে জীৱনলে

মৰম হ’ব যুগমীয়া 

দুৰে দুৰে আমাৰ ভালপোৱা

তোক এবাৰ চাবলে 

আশা বহু দিনৰে 

তোক কাষত পাবল

হেপাঁহ বহু যুগৰে..