Promotion
Song: Pahorai Diya
Promotion
Singer: Surya Prakash Medhi
Pahorai Diya Lyrics
পাহৰাই দিয়া মোক
পাহৰাই দিয়া মোক
দুখৰ সময়বোৰ
নদীৰ সুৰত সতে উতি যাওঁ উপহাস
নদীৰ সুৰত সতে উতি যাওঁ উপহাস
এৰি আহা প্ৰতিটো দিনৰ
দুচকুৰ নিলিমাক অসীম আকাশক
AssameseLyrical.com
উৰি যাওঁ উৰি যাম
গীত গাও গুনমালি জীৱ্নৰ
সোৱঁৰনী হ’ক বহু দূৰ
আশাৰে বতৰা বুকুতে সাৱতি
আশাৰে বতৰা বুকুতে সাৱতি
পাৰে হয় পাৰ হ’ম জীৱ্নৰ বাধা
সাঁচি থম ৰং সপোনৰ
পাহৰাই দিয়া মোক
পাহৰাই দিয়া মোক আজি
দুখৰ সময়বোৰ
নদীৰ সুৰত সতে উতি যাওঁ উপহাস
নদীৰ সুৰত সতে উতি যাওঁ উপহাস
এৰি আহা প্ৰতিটো দিনৰ