Prerona Lyrics (প্ৰেৰনা)

Published on February 12, 2021

Song: Prerona

Singer: Neel Akash & Dimpee Baishya

Prerona Lyrics 

বাৰিষাৰে জীয়া নদী 

বুকুতে বোৱালা 

কুমলিয়া কলিজাতে 

কি ৰং সানিলা 

প্ৰেম নামৰ এটি পুলি 

হিয়াতে গুজিলা আলাখতে 

ৰাখি থলো সাৱটি জানা 

অ.. জাগি উঠে বুকুতে শিহৰন 

মনে প্ৰানে তোমাৰেই আৱৰন

হ’বানে তুমি মোৰ প্ৰেৰনা 

তুমিয়েই জীৱনৰ ভৰষা 

অ…তুমিয়েই জীৱ্নৰ ভৰষা 

প্ৰেৰনা প্ৰেৰনা তুমি মোৰ প্ৰেৰনা 

সাতেৰঙি ৰামধেনু 

দুচকুত আঁকিলা 

শাৰদীয় মুকুতা ওঁঠতে গুজিলা 

হ’..সাতেৰঙি ৰামধেনু 

দুচকুত আঁকিলা 

শাৰদীয় মুকুতা ওঁঠতে গুজিলা 

মনৰে মহা সাগৰ 

ঢৌ তুলি তুলি 

জনম জনমলে যেন 

তোমাতেই হব বিলিন 

জাগি উঠে বুকুতে শিহৰন 

মনে প্ৰানে তোমাৰেই আৱৰন 

হ’বানে তুমি মোৰ প্ৰেৰনা 

AssameseLyrical.com

তুমিয়েই জীৱ্নৰ ভৰষা  

অ…তুমিয়েই জীৱ্নৰ ভৰষা  

প্ৰেৰনা প্ৰেৰনা তুমি মোৰ প্ৰেৰনা 

আলখোৱা কলিজাতে 

লিখিলোঁ তোমাৰ নাম 

উশাসতো বাজে মাথোঁ

তোমাৰেই নামৰ গান 

অ….আলখোৱা কলিজাতে 

লিখিলোঁ তোমাৰ নাম 

উশাসতো বাজে মাথোঁ

তোমাৰেই নামৰ গান 

সপোনতো তুমি দিঠকতো তুমি 

শুনিতৰ শিৰে শিৰে বৈ আছা  তুমি 

জাগি উঠে বুকুতে শিহৰন

মনে প্ৰানে তোমাৰেই আৱৰন 

হ’বানে তুমি মোৰ প্ৰেৰনা 

তুমিয়েই জীৱ্নৰ ভৰষা  

অ…তুমিয়েই জীৱ্নৰ ভৰষা  

প্ৰেৰনা প্ৰেৰনা তুমি মোৰ প্ৰেৰনা