Padel Maari Maari Lyrics (পেডেল মাৰি মাৰি)
Song: Pedal Maari Maari
Singer: Babu Baruah
Padel Maari Maari Lyrics
অ’ পেডেল,
মাৰি মাৰি মাৰি মাৰি মাৰি মাৰি
অ’ ভন্টি চাইকেল চলাই যাম
পদুলি,
এৰি এৰি এৰি এৰি এৰি এৰি
অ’ ভন্টি তোমাৰে ঘৰ পাম
পদুলি মূৰতে গৈ
তোমালৈয়ে বাতে চাম
ঘৰলৈ মাতিলে মোক
ভিতৰলৈ সোমাই যাম
পদুলি,
এৰি এৰি এৰি এৰি এৰি এৰি
অ’ ভন্টি তোমাৰে ঘৰ পাম
(দুচকু,
পিৰিক পিৰিক পিৰিক পিৰিক পিৰিক পিৰিক
অ’ ভন্টি তোমালৈয়ে চাম
কলিজা,
ধিপিজ ধিপিজ ধিপিজ ধিপিজ ধিপিজ ধিপিজ
যেতিয়া তোমাক কাষত পাম) 2
গোলাপী দুগালতে
মৰমৰে চুমা খাম
কলিজাত লিখা আছে
এটি মাথো তোমাৰ নাম
কলিজা,
ধিপিজ ধিপিজ ধিপিজ ধিপিজ ধিপিজ ধিপিজ
যেতিয়া তোমাক কাষত পাম
AssameseLyrical.com
(জ্বলিছে,
উমি উমি উমি উমি উমি উমি
বুকুতে পিৰিতিৰে জুই
তোমাকে,
চুমি চুমি চুমি চুমি চুমি চুমি
থাকিম যেন কাষতে শুই) 20মৰমৰ কঠিয়াৰে
মনৰ পথাৰ দিবা ৰুই
হাঁহি আৰু ধেমালিৰে
চকুলোবোৰ দিবা ধুই
তোমাকে,
চুমি চুমি চুমি চুমি চুমি চুমি
থাকিম যেন কাষতে শুই
অ’ পেডেল,
মাৰি মাৰি মাৰি মাৰি মাৰি মাৰি
অ’ ভন্টি চাইকেল চলাই যাম
পদুলি,
এৰি এৰি এৰি এৰি এৰি এৰি
অ’ ভন্টি তোমাৰে ঘৰ পাম
পদুলি মূৰতে গৈ
তোমালৈয়ে বাতে চাম
ঘৰলৈ মাতিলে মোক
ভিতৰলৈ সোমাই যাম
পদুলি,
এৰি এৰি এৰি এৰি এৰি এৰি
অ’ ভন্টি তোমাৰে ঘৰ পাম ।
