Boroxun Lyrics | Zubeen Garg | Brindaban Theatre


Boroxun Lyrics,  Zubeen Garg is the singer of the song. Sasanka Samir and Bablu composed the music for the Assamese song Boroxun.

Song: Boroxun

Singer: Zubeen Garg

Music: Bablu

Lyrics: Sasanka Samir

Boroxun Lyrics in English 

Meghor pani pokhi hoi, nami aaha maati loi

Xuror suli meli loi, nami aaha gaan hoi

Mon heruwar bon tumi taatei rong

Moi balisor tumi murei nila boroxun

Mur raatiru din tumi taatei lin

Mur potharor kothiyare morom boroxun

Tumi prothom premor run

Tumi xopunor runjun

Bhal loga boroxun, bhalpuwa boroxun

Meghor pani pokhi hoi, nami aaha maati loi

Xuror suli meli loi, nami aaha gaan hoi

Sip sipiya phul tumi murei xun

Mur hridoyor behhisapi tumi boroxun

Kolpotiya bul tumi mur fagun

Mur abegor jeth mahoru tumi boroxun

Tumi prothom premor run

Tumi xopunor runjun

Bhal loga boroxun, bhalpuwa boroxun

Meghor pani pokhi hoi, nami aaha maati loi

Xuror suli meli loi, nami aaha gaan hoi

Boroxun Lyrics in Assamese

মেঘৰ পানী পখী হৈ, নামি আহা মাটি লৈ

সুৰৰ চুলি মেলি লৈ, নামি আহা গান হৈ

মন হেৰুৱাৰ বন তুমি তাতেই ৰং

মই বালিচৰ তুমি মোৰেই নীলা বৰষুণ

মোৰ ৰাতিৰো দিন তুমি তাতেই লীন

মোৰ পথাৰৰ কঠিয়াৰে মৰম বৰষুন

তুমি প্ৰথম প্ৰেমৰ ৰুন

তুমি সপোনৰ ৰুনজুন

ভাল লগা বৰষুণ, ভালপোৱা বৰষুণ

মেঘৰ পানী পখী হৈ, নামি আহা মাটি লৈ

সুৰৰ চুলি মেলি লৈ, নামি আহা গান হৈ

চীপ চীপিয়া ফুল তুমি মোৰেই সোন

মোৰ হ্ৰিদয়ৰ বেহিচাপি তুমি বৰষুণ

কলপতীয়া বোল তুমি মোৰ ফাগুন

মোৰ আবেগৰ জেঠ মাহৰো তুমি বৰষুণ

তুমি প্ৰথম প্ৰেমৰ ৰুন

তুমি সপোনৰ ৰুনজুন

ভাল লগা বৰষুণ, ভালপোৱা বৰষুণ

মেঘৰ পানী পখী হৈ, নামি আহা মাটি লৈ

সুৰৰ চুলি মেলি লৈ, নামি আহা গান হৈ

Leave a Comment