Moi Hom Koina Lyrics | Dipanwita Deka | New Assamese Song

Moi Hom Koina Lyrics, Koina Moi Hom Singing the lyrics was Dipanwita Deka. In contrast, this new Assamese song’s lyrics were written by Debojani Kajol, Doli Phukon, Hridoy Chandan, and Dipankar Barman. Hridoy Chandan also composed the music, while Palash Gogoi mixed and mastered it. 

Song: Moi Hom Koina Lyrics

Singer: Dipanwita Deka

Lyrics: Debojani Kajol, Doli Phukon, Hridoy Chandan, and Dipankar Barman

Music: Hridoy Chandan, Dipankar Barman

Composition: Hrituv Hazarika

Moi Hom Koina Lyrics in Assamese

ফুল চন্দন তুলসী
ফুল চন্দন তুলসী
ভৰিল নে নভৰিল
ৰাধা তোমাৰ কলচী

তই অভিমান কৰিলে
মৰমৰ উমান পাম
তই আতৰি থাকিলে
মৰমেৰে মই নিচুকাম
আমি দুয়ো এটি হ’ম
জানি ল জানি ল
দৰা সাজি আহিবিনে
এবাৰ খুলি ক’

মই হ’ম কইনা তোৰে কইনা
মৰমৰে কইনা
উৰে জীৱনলে থাকিবলে
মই হ’ম তোৰে কইনা (২)

দুয়ো মিলি সাজি ল’ম
এটি সৰু পজা ঘৰ
মিলিছে দুখন হিয়া
দুয়ো বিলীন হৈ ৰ’ম
আমি দুয়ো এটি হ’ম
জানি ল জানি ল
দৰা সাজি আহিবিনে
এবাৰ খুলি ক’

মই হ’ম কইনা তোৰে কইনা
মৰমৰে কইনা
উৰে জীৱনলে থাকিবলে
মই হ’ম তোৰে কইনা (২)

মোৰ জীৱনৰ শেষ উশাহ থকা লৈকে
তোৰ সাহস তোৰ উশাহ
তোৰ সাৰথি হৈ ৰ’ম
কাৰণ…..
মই হ’ম তোৰে কইনা

Leave a Comment