Keng Kuru Keng Kuru Lyrics By Jyoti Prasad Agarwala

Published on May 25, 2020

Song: Keng Kuru Keng Kuru (কেং কুৰু কেং কুৰু)

Singer: Jyoti Prasad Agarwala

Keng Kuru Keng Kuru Lyrics
Keng Kuru Keng Kuru Lyrics

Keng Kuru Keng Kuru Lyrics:—

(বাওনাৰ গীত)
কেং কুৰু কেং কুৰু
ঘেং কুৰু কুৰু কুৰু
বনে বনে মনে মনে
ফুৰোঁ ফুৰোঁ ফুৰোঁ ফুৰোঁ ৷

ডেং কটা ডিং কটা
শিং কটা টিং
কিটিটিং ঘিটিটিং
ডিডিং ডিডিং ৷

বাওনা ৰজা …. কোঁটো লোক্‌
কোঁটো লোক্‌
বাওনাবোৰ….. ঘোটোলোক্‌
ঘোটোলোক্‌

বাওনা ৰজা….. ঠেং ঠেং ঠেং
বাওনাবোৰ…. চেচেং চেচেং
বাওনা ৰজা… দহ ডিঙা
ডিঙা ডিঙা
ডিং ডিডিং ডিং

বাওনাবোৰ…. ধিনতা খিতা
পিঠা পিঠা
ধিতিং টিঙা টিং ৷৷