Assamese Lyrics
Barixare Ghon Ghor Lyrics By Jyoti Prasad Agarwala
Song: Barixare Ghon Ghor (বাৰিষাৰে ঘন ঘোৰ)
Singer: Jyoti Prasad Agarwala
![]() |
| Barixare Ghon Ghor Lyrics |
Barixare Ghon Ghor Lyrics:—
বাৰিষাৰে ঘন ঘোৰ
বজালি প্ৰাণত মোৰ
কিনো উদাসীন সুৰ?
পবন অ’ উৰুৱাই তাক…
নিবিনো কত দূৰ?
শূইন জীৱন অ’ মোৰ
উটি যাৱ কোনো ফালে
কোন আকুলতে পাবি কূল?
আকাশ পৱন জোৰা
একেখনি ছবি অ’
কৰি থবি মোৰ এই
জীৱনকে বিয়াকুল ৷৷
