Assamese Lyrics
Notun Bharot Lyrics By Jyoti Prasad Agarwala
Song: Notun Bharot (নতুন ভাৰত)
Singer: Jyoti Prasad Agarwala
![]() |
| Notun Bharot Lyrics |
Notun Bharot Lyrics:—
নতুন ভাৰত
নতুন ভাৰত
নতুন ভাৰত
মোৰ নতুন ভাৰতৰে নতুন ছবিখনি
জাগিলে অ’
জাগিলে অ’
মোৰ গানে গানে
মোৰ নতুন ভাৰতৰ
নতুন ছবিখনি
জাগিল ৰে
জাগিল ৰে
মোৰ গানে গানে
মেৰী নয়া ভাৰতকী
নয়া ছবি
জাগা ৰে
জাগা ৰে
মেৰী গানা মেঁ গানা মেঁ
মোৰ প্ৰাণে প্ৰাণে
মোৰ প্ৰাণে প্ৰাণে
মেৰা কলিজা মেঁ
নৱজীৱনময় অভিনৱ ছন্দ
নৱ নৱ ৰূপৰ সবৰ্ণ গন্ধ
খোল খোল খোল
দুষ্কৃত মণিবন্ধ
জাগে ভৱিস্য
জাগে নৱ সংস্কৃতি হুঙ্কাৰ
বিশ্বজীৱন ওঙ্কাৰ ৷
নতুন ভাৰতৰ নতুন মন্ত্ৰ
নতুন ভাৰতৰ নৱতম জনগণতন্ত্ৰ
আজ নিৰ্ম্মিত হোগা নৱজীৱন যন্ত্ৰ
আজ নৱভাৰতকে ঝঙ্কৃত নৱ তালপ্ৰমুক্ত মাত্ৰা
আজ অজেয় বিজয়ী সুৰ লয় মানোসে
ভাৰত জনতাকি
ভাৰত জনতাকি
আলোক যাত্ৰা ৷৷
