Tur Pujar Dhupor Lyrics By Jyoti Prasad Agarwala

Published on May 9, 2020

Song: Tur Pujar Dhupor (তোৰ পূজাৰ ধূপৰ)

Singer: Jyoti Prasad Agarwala 

Tur Pujar Dhupor Lyrics
Tur Pujar Dhupor Lyrics

Tur Pujar Dhupor Lyrics:—

তোৰ পূজাৰ ধূপৰ গন্ধ লাগি
তোৰ পূজাৰ ধূপৰ গন্ধ লাগি
মোৰ কণ্ঠত যদি গান জাগে
মোৰ বুজাৰ যদি ভুলটো ভাগি
মোৰ প্ৰাণে তোৰ পৰশ মাগে

মোৰ কল্পনা যদি নৱবিকাশৰ মুঞ্জৰণত
উঠে জাগি বসন্ত বাগে
মোৰ ভাল পোৱা ফুল
তই চোওঁতেই

তোৰ হাততেই ভাগে
তোৰ জানো মোৰ
এই কথাবোৰ
ভাল লাগে?