Assamese Lyrics
Jibone Jibone Moi Lyrics By Jyoti Prasad Agarwala
Song: Jibone Jibone Moi (জীৱনে জীৱনে মই)
Singer: Jyoti Prasad Agarwala
![]() |
| Jibone Jibone Moi Lyrics |
Jibone Jibone Moi Lyrics:—
জীৱনে জীৱনে মই পাতিলোঁ পূজা
জীৱনে জীৱনে মই
পাতিলোঁ পূজা
কোনেও নুবুজা, মই মন্ত্ৰ মাতিলোঁ মাথোঁ
তয়ে ময়ে বুজা ৷
আজি সেই মন্ত্ৰ
ভাঙি পাতি ক’ম
জনতাৰ আশাৰ ফুলসৰা
তয়ে ময়ে পাতো যিটি অভিনৱ কথা
সিয়ে হ’ক জনতাৰ
প্ৰাণৰে ব্যথা
তোৰে মোৰে কথাটিৰ অৰ্থ
হব জানো
হব জানো এনেয়ে ব্যৰ্থ
তোৰে মোৰে তাহানিৰে সোণৰ সপোন
সিয়ে হ’ক মানুহৰ, জীৱনৰ, আপোন ৷৷
