Assamese Lyrics
Ei Purnimar Rati Lyrics By Nirmali Das
Song: Ei Purnimar Rati (এই পূৰ্ণিমাৰ ৰাতি)
Singer: Nirmali Das
![]() |
| Ei Purnimar Rati Lyrics |
Ei Purnimar Rati Lyrics:—
এই পূৰ্ণিমাৰ ৰাতি, এই পাহাৰৰ দাঁতি
আমি ডেকা গাভৰুৱে নাচো জুম পাতি
এই পূৰ্ণিমাৰ ৰাতি, এই পাহাৰৰ দাঁতি
এই পূৰ্ণিমাৰ ৰাতি …
এই পূৰ্ণিমাৰ ৰাতি, এই পাহাৰৰ দাঁতি
আমি ডেকা গাভৰুৱে নাচো জুম পাতি
এই পূৰ্ণিমাৰ ৰাতি, এই পাহাৰৰ দাঁতি
এই পূৰ্ণিমাৰ ৰাতি …
আকাশত জোনাকৰ পৰভাত
বননিত লাগে আজি ঢৌ তাৰ
ব্যাকুল মাটি
পৰাণত উৎসৱৰ তোল-পাৰ
আছা আজি মৰমৰ কোন কাৰ
লোৱা কথা পাতি
এই পূৰ্ণিমাৰ ৰাতি, এই পাহাৰৰ দাঁতি
এই পূৰ্ণিমাৰ ৰাতি …
এই পূৰ্ণিমাৰ ৰাতি, এই পাহাৰৰ দাঁতি
আমি ডেকা গাভৰুৱে নাচো জুম পাতি
এই পূৰ্ণিমাৰ ৰাতি, এই পাহাৰৰ দাঁতি
এই পূৰ্ণিমাৰ ৰাতি …
বনৰ আন্ধাৰ দূৰ কৰে জোনে
মনৰ আন্ধাৰ দূৰ কৰে কোনে ?
বনৰ আন্ধাৰ দূৰ কৰে জোনে
মনৰ আন্ধাৰ দূৰ কৰে কোনে ?
কোনে কাৰে কাণে কৈ আহি
গীত গাই নাচা হাঁহি হাঁহি
জাক পাতি পাতি
কোনে কয় পৃথাৱীৰ আন্ধাৰ
কৰা কৰা পোহৰৰে শেষ তাৰ
শুনা কাণ পাতি
এই পূৰ্ণিমাৰ ৰাতি, এই পাহাৰৰ দাঁতি
এই পূৰ্ণিমাৰ ৰাতি …
এই পূৰ্ণিমাৰ ৰাতি, এই পাহাৰৰ দাঁতি
আমি ডেকা গাভৰুৱে নাচো জুম পাতি
এই পূৰ্ণিমাৰ ৰাতি, এই পাহাৰৰ দাঁতি
এই পূৰ্ণিমাৰ ৰাতি …
