Assamese Lyrics
Moi Ji Batere Ulalu Aji Lyrics By Hemanta Kumar Dutta
Song: Moi Ji Batere Ulalu Aji (মই যি বাটেৰে ওলালোঁ আজি)
Singer: Hemanta Kumar Dutta
![]() |
| Moi Ji Batere Ulalu Aji Lyrics |
Moi Ji Batere Ulalu Aji Lyrics:—
মই যি বাটেৰে ওলালোঁ আজি
নাহোঁ উলটি
মই ন পথেৰে জ্যোতিৰে পখী
ফুৰোঁ বিচাৰি
এৰি অহা পথ
এন্ধাৰে দেখোঁ আৱৰি আছে
আশা ভৰা ৰথ
বিপদে দেখোঁ আগছি আছে
নাহোঁ উলটি
কিয় বাৰে বাৰে
ভাগৰে আহি আমনি কৰে
জ্যোতি পখীবোৰে
আগলে’ দেখোঁ বাউলি মাতে
মই ন আশাৰে ফুলনি সাজি
ফুৰোঁ ওমলি ।।
