Bhabisilu Likhu Buli Lyrics By Anima Choudhury

Published on April 24, 2020

Song: Bhabisilu Likhu Buli (ভাৱিছিলোঁ লিখোঁ বুলি)

Singer: Anima Choudhury 

Bhabisilu Likhu Buli Lyrics
Bhabisilu Likhu Buli Lyrics

Bhabisilu Likhu Buli Lyrics:–

ভাৱিছিলোঁ লিখোঁ বুলি চিঠি তোমালৈ
নেপালোঁ যে ..
মই …
নেপালোঁ যে কথা বিচাৰি
ভাৱিছিলোঁ লিখোঁ বুলি চিঠি তোমালৈ
নেপালোঁ যে কথা বিচাৰি
মই ….
নেপালোঁ যে কথা বিচাৰি
( মোৰ মৰমৰে
বুলি লিখিবলৈ
মোৰ লাজ লাগে
তোমাৰ মৰমেৰে মন দেখোন নিলা কাঢ়ি ) ←২
তথাপিও ভাৱিছোঁ মই লিখোঁ তোমালৈ
দিবা জানো ?
দিবা জানোঁ তুনি সহাৰি..
ভাৱিছিলোঁ লিখোঁ বুলি চিঠি তোমালৈ
নেপালোঁ যে কথা বিচাৰি
মই ….
নেপালোঁ যে কথা বিচাৰি
( কথা কৈছিলা
ইমান ভাল লগা
তুমি পাহৰিলা !
(চাগে) মই আছোঁ তাকেই মাথোঁ সুঁৱৰি )←২
ভাৱিছোঁ মই কিনো লিখি দিওঁ সোঁৱৰাই
কেতিয়ানো
(মই) কেতিয়ানো হ’ল চিনাকি
ভাৱিছিলোঁ লিখোঁ বুলি চিঠি তোমালৈ
নেপালোঁ যে কথা বিচাৰি
মই ….
নেপালোঁ যে কথা বিচাৰি
মই ….
নেপালোঁ যে ক..থা বিচাৰি ৷৷