Assamese Lyrics
Duporor Muhonat Lyrics By Zubeen Garg
Song: Duporor Muhonat (দুপৰৰ মোহনাত)
Singer: Zubeen Garg
![]() |
| Duporor Muhonat Lyrics |
Duporor Muhonat Lyrics:—
দুপৰৰ মোহনাত দেহাটি উতলা
ৰুমালেৰে বেলিটো বেৰো
চুৰিয়া চোলাযোৰ ঘামতে তিতিলে
ভাগৰে লৰালে জিউ
ৰ’দ হালিব গধূলি বিহুকে গাম
ঢোলৰে মাৰি ঘুৰাই গোবিন্দাই ৰাম
হেই… দুপৰৰ মোহনাত দেহাটি উতলা
ৰুমালেৰে বেলিটো বেৰো
চুৰিয়া চোলাযোৰ ঘামতে তিতিলে
ভাগৰে লৰালে জিউ…
সোণে বাখৰ,চেনেহী মোৰ
আছনে বাত চাই সাজি কাচি
লগ পোৱাৰ হেপাহতে
উঠিছেনে বুকু নাচি নাচি
দুখন কৈ তামোল খোৱাৰে বাট
মুনি চুনি বেলি ওলামগৈ তাত
মুনি চুনি বেলি ওলামগৈ তাত
দুপৰৰ মোহনাত দেহাটি উতলা
ৰুমালেৰে বেলিটো বেৰো
চুৰিয়া চোলাযোৰ ঘামতে তিতিলে
ভাগৰে লৰালে জিউ…
বা ৰিব ৰিব বতাহতে
সপোন ৰহেদৈ হিয়াত বহে
কিনো সুধিম কিনো কবি
সেই ভাবনা মনত গজে
বেলি যাগৈ যাগৈ যা মোকো লৈ
তোৰে মোৰে ঘৰ পশ্চিমলৈ
তোৰে মোৰে ঘৰ পশ্চিমলৈ
দুপৰৰ মোহনাত দেহাটি উতলা
ৰুমালেৰে বেলিটো বেৰো
চুৰিয়া চোলাযোৰ ঘামতে তিতিলে
ভাগৰে লৰালে জিউ
ৰ’দ হালিব গধূলি বিহুকে গাম
ঢোলৰে মাৰি ঘুৰাই গোবিন্দাই ৰাম
হেই… দুপৰৰ মোহনাত দেহাটি উতলা
ৰুমালেৰে বেলিটো বেৰো
চুৰিয়া চোলাযোৰ ঘামতে তিতিলে
ভাগৰে লৰালে জিউ…
