Rodali Tumi Lyrics By Zubeen Garg & Rajshri Kalita

Published on April 13, 2020

Song: Rodali Tumi (ৰদালি তুমি)

Singer: Zubeen Garg & Rajshri Kalita

Rodali Tumi Lyrics
Rodali Tumi Lyrics

Rodali Tumi Lyrics:—

ৰদালি তুমি
পুৱাৰে শিৰিকিৰ ফাকেৰে চুমাহি
ফাগুনি প্ৰানত আউলি বাউলি
সপোনৰ চানেকি

বাঢ়িছে উলাহো বুকুতে
নাচিছে জীৱনে হেপাহতে
বাঢ়িছে উলাহো বুকুতে
নাচিছে জীৱনে হেপাহতে

মৰমৰ দলিচা খন খাবতি লৈ
ৰদালি তুমি
পুৱাৰে শিৰিকিৰ ফাকেৰে চুমাহি
ফাগুনি প্ৰানত আউলি বাউলি

সপোনৰ চানেকি
হেপাহ জুনুকাতে শেৱালী মেৱালী
সপোন সুনাৰুতে সোণালী বিজুলী
সাজুন কাচুন হৃদয়ত মৰম ত

শুকুলা ডাৱৰে আকাশতে উৰে
কঁহুৱা কঁহুৱা যেন আবৰণে
ধৰাটো সানিছে উমাল বৰণ
বতাহৰ অমিয়া ভাষা

ভাল লগা এটি অন্যতম
হীয়াখন বাগৰে
ৰদালি তুমি
পুৱাৰে শিৰিকিৰ ফাকেৰে চুমাহি
ফাগুনি প্ৰানত আউলি বাউলি
সপোনৰ চানেকি
শিমলু পলাশৰ এই ৰঙা ৰঙে
সেন্দুৰীয়া বাখৰ যেন কপালতে
উঠিছে প্ৰানতে অচিনা লহৰ
অ অহ দুহাততে দুহাত

উশাহে উশাহে ৰাঙলী মদাৰৰ ঢৌ বিৰিঙিলে
সৰগী সৰগি যেন যেন সপোন
বতাহৰ অমিয়া ভাষা
ভাল লগা এটি এটি কথাত
হিয়াখন বাগৰে
ৰদালি তুমি
পুৱাৰে শিৰিকিৰ ফাকেৰে চুমাহি
ফাগুনি প্ৰানত আউলি বাউলি
সপোনৰ চানেকি।।