Assamese Lyrics
Ki Naam Xudhibor Mon Lyrics By Zubeen Garg
Song: Ki Naam Xudhibor Mon (কি নাম সুধিবৰ মন)
Singer: Zubeen Garg
![]() |
| Ki Naam Xudhibor Mon Lyrics |
Ki Naam Xudhibor Mon Lyrics:—
কি নাম সুধিবৰ মন যায়
ঠিকনা জানিবৰ মন যায়
কি নাম সুধিবৰ মন যায়
ঠিকনা জানিবৰ মন যায়
সোণ ৰ’দ, ৰ’দে ৰূপ জিলিকিছে
চাওঁ নেচাও কৰা দুচকুৰে
চোৱা এবাৰ ঘুৰি মোৰ পিনে
চাওঁ নেচাও কৰা দুচকুৰে
চোৱা এবাৰ মাথোঁ মোলে
কি নাম সুধিবৰ মন যায়
ঠিকনা জানিবৰ মন যায়
লিহিৰী লিহিৰী হা:
খাছ্ খাৰু জিলিকে তাত
সোঁঠ ৰঙে ৰঙা ৰঙা হৈ
মনত আহুল মোৰ লগাই অই
না-না-না-না
না-না-না-না
লিহিৰী লিহিৰী হা:
খাছ্ খাৰু জিলিকে তাত
সোঁঠ ৰঙে ৰঙা, ৰঙা হৈ
মনত আহুল মোৰ লগাই অই
আলফুলে বতাহীহে
চুলি কুচা চুই আঁতৰে
আলফুলে বতাহীহে
চুলি কুচা চুই আঁতৰে
চাওঁ নেচাও কৰা দুচকুৰে
চোৱা এবাৰ ঘুৰি মোৰ পিনে
চাওঁ নেচাও কৰা দুচকুৰে
চোৱা এবাৰ ঘুৰি মাথোঁ মোলে
মেঘে মেঘ হেঙুন
সূৰুৰ্যে বোলালে
তোমাৰো দুয়োখনি গালতে
দেখিছোঁ একেই ৰং লাগিছে
না-না-না-না
না-না-না-না
মেঘে মেঘ হেঁঙুন
সূৰুৰ্যে বোলালে
তোমাৰো দুয়োখনি গালতে
দেখিছোঁ একেই ৰং লাগিছে
উৰে মন মোৰো মন উৰে
জোৰে গীত মিঠা গীত জোৰে
উৰে মন মোৰো মন উৰে
জোৰে গীত মিঠা গীত জোৰে
চাওঁ নেচাও কৰা দুচকুৰে
চোৱা এবাৰ ঘুৰি মোৰ পিনে
চাওঁ নেচাও কৰা দুচকুৰে
চোৱা এবাৰ মাথোঁ মোলে ।
