Moi Ei Matire Lora Lyrics By Bhupen Hazarika

Published on March 31, 2020

Song: Moi Ei Matire Lora – Original (মই এই মাটিৰে)

Singer: Bhupen Hazarika

Moi Ei Matire Lora Lyrics
Moi Ei Matire Lora Lyrics

Moi Ei Matire Lora Lyrics:–

মই এই মাটিৰে ল’ৰা
হৈছিলো অঘৰী
মাটিৰ মোহ এৰি
দিছিলো ভাওনাৰ চং
আই মই কৰিছো পন
আকালৰ জুইতে পোৰা
ৰঙা মাটিৰ
গুচামেই গেৰুৱা ৰং

দ’ হওক বাম হওক মাটি
যদি উতাকৰীয়া মাটি
দুদৰা দুবিঘা যি আছে হাতত
তাতে মই কৰি যাম খেতি
অ’ মোৰে পথাৰ আই
এদিনো নপৰে ছন
এদিনো নপৰে ছন

হুৰ হুৰ বটা চৰাই
হুৰ হুৰ বটা চৰাই
মোৰে আইৰ পথাৰত
যদি আহি পৰে
অচিনা বটা চৰাই
অচিনা বটা চৰাই

সাহেৰে দিমে হুৰ.ৰ.ৰ.ৰাই
সাহেৰে দিমে হুৰ.ৰ.ৰ.ৰাই
যোৰ পুৰি পুৰি পালেহি যে হাত
যোৰ পুৰি পুৰি পালেহি যে হাত
ইবেলি বান্ধিছো মন
ইবেলি বান্ধিছো মন
মই এই মাটিৰে ল’ৰা
হৈছিলো অঘৰী
মাটিৰ মোহ এৰি
দিছিলো ভাওনাৰ চং