Bohudin Xuna Nai Lyrics By Manjyotsna Mahanta

Published on March 25, 2020

Song∶ Bohudin Xuna Nai (বহুদিন শুনা নাই)

Album∶ Abegere

Singer∶ Manjyotsna Mahanta

Lyrics∶ Keshab Mahanta

Bohudin Xuna Nai Lyrics
Bohudin Xuna Nai Lyrics

Bohudin Xuna Nai Lyrics:–

বহুদিন শুনা নাই
জীয়া শিলে কথা কোৱা
বুকুৰ উমেৰে লিখি থোৱা
ভালপোৱা
ভালপোৱা
পৰেনে তোমাৰো মনত এবাৰো
ৰৈ ৰৈ প্ৰিয় হিয়া কঁপে কিয়?
জানোচা পাহৰি যোৱা
অ’…অ’…অ’…
বহুদিন শুনা নাই
জীয়া শিলে কথা কোৱা…

সোঁতে তোলে ঢৌ ইমান ঢৌ
শিলৰ বুকুত মৰমৰ মৌ
সোঁতে তোলে ঢৌ ইমান ঢৌ
শিলৰ বুকুত মৰমৰ মৌ
শিলৰ বুকুত মৰমৰ মৌ
আলসুৱা
ঢৌৱে ধুই জানো
মচি নিব পাৰে?
শিলৰ ৰেখা যুগমীয়া
অ’…অ’…অ’…
বহুদিন শুনা নাই
জীয়া শিলে কথা কোৱা…

যুগমীয়া এই আমাৰ হৃদয়
জীয়া শিলে তাৰে কথা কয়
যুগমীয়া এই আমাৰ হৃদয়
জীয়া শিলে তাৰে কথা কয়
জীয়া শিলে তাৰে কথা কয়
সেউজীয়া…
আহা প্ৰিয় আজি
তোমাৰ হাতখনি
মোৰ দুহাততে থোৱা
অ’…অ’…অ’…
বহুদিন শুনা নাই
জীয়া শিলে কথা কোৱা…
বুকুৰ উমেৰে লিখি থোৱা
ভালপোৱা
ভালপোৱা…৷