Suma Diyana Lyrics | Neel Akash

Published on March 15, 2020

Song: Suma Diyana

Singer – Neel Akash

Music – Ujjwal Aarong

Mix & mastered – Ibson Lal Barua

Suma Diyana Lyrics
Suma Diyana Lyrics

Suma Diyana Lyrics:–

চুমা, চুমা, কপাহি কোমল হিয়া
কপাহি কোমল হিয়া
আজি যেন উৰনীয়া
বিচাৰি মৰমৰে
এ বুকু ৰঙা নীলা 
ওঠৰে পৰশ অকন
চুই চাই লবলে
চুমা চুমা…. চুমা দিয়ানা
চুমা চুমা…. চুমা দিয়ানা
চুমা চুমা…. চুমা দিয়ানা
চুমা চুমা…. চুমা দিয়ানা
আলসুৱা সপোনৰ বাৰে বাৰে
পাখি মেলা আবেগে
আকলুৱা হিয়াকে মনে মনে
কিয় আহি জগালে
হা…..
আলসুৱা সপোনৰ বাৰে বাৰে
পাখি মেলা আবেগে
আকলুৱা হিয়াকে মনে মনে
কিয় আহি জগালে
বুজানে কি কোৱানা এই মনকে
সজালোঁ ঘৰ চোৱানা 
মোৰ বুকুতে
কাষৰলে আহি ৰোৱানা এবাৰলে…
হেই হেই… হা… হা… চুমা দিয়ানা
চুমা চুমা…. চুমা দিয়ানা
চুমা চুমা…. চুমা দিয়ানা
চুমা চুমা…. চুমা দিয়ানা
চুমা চুমা…. চুমা দিয়ানা