O Nabou O Lyrics | Zubeen Garg

Published on March 15, 2020

Song Title – O Nabou

Original Singer – Zubeen Garg

Music Re-Arrangement by – Mousam Bora

Album – Hiyamon


O Nabou O Lyrics
O Nabou O Lyrics 

O Nabou O Lyrics:–

অ’ নবৌ অ’
মোলৈ এজনী ছোৱালী চালি নে নাই
কঁকাল খামুচীয়া
লিহিৰিপতীয়া
বগীকৈ ধুনীয়া চাই
অ নবৌ মোলৈ বাৰু তই
এজনী ছোৱালী চালি নে নাই ।

পঢ়িলো শুনিলো
চাকৰি নাপালো
এতিয়া কি কৰো ক

গাৱঁতে পৰি আছে
মাটি তিনিপুৰা
খেতিতে ধঁৰো নে ক

নাঙলৰ মুঠিতে
কিমান শকতি
আজি বুজি পালো মই

খেতিত ধৰিলেও
কঠিয়া ৰুবলৈ
ঘৰতনো কোন আছে ক।

লগৰে লৰাবোৰ
বাপেকী হৈ গল
তই বুজিছনে নাই

গাৱঁৰে জীয়ৰী
বোৱাৰী হৈ গল
খবৰ ৰাখিছনে নাই।

কণাই আনে কাণী
কুজাই আনে কুজী
মোলৈ জানো কোনো নাই
গাৱঁৰে এজনী গোটাই তই নিদিলে
মৰিলেও কান্দোতা নাই ।।