Xunore Xopun Vangi Lyrics | Bishnu Prasad Rabha

Published on March 13, 2020

Song: Xunore Xopun Vangi (সোনৰে সপোন ভাঙি)

Singer: Bishnu Prasad Rabha

Xunore Xopun Vangi Lyrics
Xunore Xopun Vangi Lyrics

Xunore Xopun Vangi Lyrics:—

সোনৰে সপোন ভাঙি
পুৱঁতি নিশা সোনালী ঊষা
তন্দ্ৰালস আসি মেলি
উঠে জাগি উঠে জাগি

আউল বাউল খোপাটি খুলি
আবেশ আকুল দেহাটি তুলি
ঘূমতি হাৰা নয়নতৰা

অলপ খুলি অলপ মেলি
উঠে জাগি উঠে জাগি

(উক্ত ৰচনাৰ অন্য তথ্য আমি বিচাৰি পোৱা নাই, যদি আপুনি বিচাৰি পায় অনুগ্ৰহ কৰি আমালৈ লিখি পঠাব, ধন্যবাদ।)