Assamese Lyrics
Kakini Tamulor Lyrics | Bhupen Hazarika
Song: Kakini Tamulor (কাকিনী তামোলৰ)
Singer: Bhupen Hazarika
![]() |
| Kakini Tamulor Lyrics |
Kakini Tamulor Lyrics:—
কাকিনী তামোলৰ শুৱনিকৈ পাণ,
পদুলিমুখতে আছাঁ মাইজান,
তুমি হাঁহি দিলাঁ, আমি হাঁহি দিলোঁ
সেই হাঁহিৰ খলকনিত
এজাক শৰালি হাঁহ উৰি গʼলগৈ।।
তামোল সজোৱা, চেনেহ মিহলাই
আজি কিনো খাওঁ, বুজা দেখোঁ নাই।
তুমি খাবা এখন, আমি খাম এখন
সেই মিঠা সোৱাদতে
গুণা ফুলৰ ৰিহাখনি উৰি গʼলগৈ।।
কিনো তামোল দিলাঁ মাইজান
গাতে ধৰিলে, দেখোঁ মাইজান
বুকু ৰমৰমায়, হিয়া চমচমায়,
সেই তপত চাৱনিতে,
আমাৰ বুকুৰ পোৰণি বাঢ়ি গʼলগৈ।।
