Assamese Lyrics
Bijuli Batire Saki Joluwa Lyrics | Jyoti Prasad Agarwala
Song: Bijuli Batire Saki Joluwa (বিজুলি বাঁতিৰে চাকি জ্বলোৱা)
Singer: Jyoti Prasad Agarwala
![]() |
| Bijuli Batire Saki Joluwa Lyrics |
Bijuli Batire Saki Joluwa Lyrics:—
বিজুলি বাঁতিৰে চাকি জ্বলোৱা
কোঠাত কৰিলি কি?
পঢ়িলি, শুনিলি, জানিলি, বুজিলি
আৰু নতুনৰ সৃষ্টি কৰিলি যি?
বিজ্ঞানৰ তই ফুল পাতেৰে
সজালি ফুলৰ দানি
নৱজীৱনৰ এই প্ৰকাশক
আপুনি লৈছোঁ মানি
বৈজ্ঞানিকৰ গৱেষণাৰ মন্দিৰলে যাম
অনুবীক্ষণৰ থাপনাতেই
সুন্দৰকেই বহি থকা পাম
বৈজ্ঞানিকৰ গৱেষণাৰ মন্দিৰলৈ যাম৷৷
