Oi Oi Akakh Xubo Lyrics | Bhupen Hazarika

Published on March 5, 2020

Song: Oi Oi Akakh Xubo (অয়, অয় আকাশ শুব)

Singer: Bhupen Hazarika

Oi Oi Akakh Xubo Lyrics
Oi Oi Akakh Xubo Lyrics

Oi Oi Akakh Xubo Lyrics:—

অয়, অয় আকাশ শুব
অয় অয় বতাহ শুব
দিগন্ততে হাঁহাকাৰ হʼব।

সময় যেন স্তব্ধ হয়, হয়
ভীত হয়, হয়
চকুলো শিল হʼব
অয় অয় সময় শুব।

পাপ যদি বেয়া, কামনা কিয় দিলে
দিলে, দিলে?
মোহ যদি বেয়া, সুৰ কিয় দিলে?
দিলে, দিলে?
ভাঙন যদি বেয়া, বিৰহ কিয় দিলে
দিলে, দিলে?
তাৰ সমিধান কোনে দিব,
কোনে দিব?
অয় অয় সময় শুব।

সাঁথৰভৰা নিশা মোৰ সোণ শুব
কথা : বৈধ কি, অবৈধ কি ?
বৈধ কি ? অবৈধ কি ?? প্ৰশ্ন হʼব।
দিগন্ততে হাঁহাকাৰ হʼব ।