Agnire Moi Khela Lyrics | Jyoti Prasad Agarwala

Published on March 3, 2020

Song: Agnire Moi Khela (অগ্নিৰে মই খেলা)

Singer: Jyoti Prasad Agarwala

Agnire Moi Khela Lyrics
Agnire Moi Khela Lyrics

Agnire Moi Khela Lyrics:—

অগ্নিৰে মই খেলা খেলিছোঁ
মোৰ অগ্নিৰে ধেমালি
মোৰ অগ্নিৰে ধেমালি
কোনো যদি নাহে

নালাগে আহিব,
মোৰ অকলশৰীয়া
জীৱন উঠিব
দীপালী হৈ জ্বলি

মোৰ অগ্নিৰে ধেমালি
মোৰ তেজৰ এটি দীপেই
আই তোক
কৰিব সোণালী
মোৰ অগ্নিৰে ধেমালি ৷