Logon Ukoli Gol Lyrics | লগন উকলি গ’ল | Bishnu Prasad Rabha

Published on February 15, 2020

Song: Logon Ukoli Gol (লগন উকলি গ’ল)

Singer: Bishnu Prasad Rabha

Logon Ukoli Gol Lyrics
Logon Ukoli Gol Lyrics

Logon Ukoli Gol Lyrics:—

লগন উকলি গ’ল
তেওঁ যে নহ’ল কোৱা
লগন উকলি গ’ল
তেওঁ যে নহ’ল কোৱা
মনৰ কথাটি মোৰ
হিয়াত গুপুতে থোৱা
মনৰ কথাটি মোৰ
হিয়াত গুপুতে থোৱা
লগন উকলি গ’ল
তেওঁ যে নহ’ল কোৱা
কিমান হেঙুলি উশা
কিমান জোনালি নিশা
মিছাতেই গ’ল মোৰ
কিমান গধুলি পুৱা
তেওঁ যে নহ’ল কোৱা
লগন উকলি গ’ল
তেওঁ যে নহ’ল কোৱা
লগন উকলি গ’ল
তেওঁ যে নহ’ল কোৱা
মলয়াই কাণে কাণে
মনৰ বাতৰি আনে
মলয়াই কাণে কাণে
মনৰ বাতৰি আনে
নিখিলৰ সুৰে সুৰে
হিয়ায়ো গান জোৰে
শুনিছানে সেই সুৰ
প্ৰাণ উতলা মোৰ
হৃদয়ৰ গোৱা গান
ভালপোৱা ভালপোৱা
তেওঁ যে নহ’ল কোৱা
লগন উকলি গ’ল
তেওঁ যে নহ’ল কোৱা
মনৰ কথাটি মোৰ
হিয়াত গুপুতে থোৱা
মনৰ কথাটি মোৰ
হিয়াত গুপুতে থোৱা
লগন উকলি গ’ল
তেওঁ যে নহ’ল কোৱা