Losposi Song Lyrics (লচপচী)

Published on February 18, 2021

Song : Losposi

Singer : Nilakshi Neog

Losposi Lyrics

লচপচী দেহাতি ক’তে থং 

কলিজাত লাগে জেতুকাৰ ৰং 

তোক বিচাৰি জান ঐ 

মই পাগলি হং 



লচপচী দেহাতি ক’তে থং 

কলিজাত লাগে জেতুকাৰ ৰং 

তোক বিচাৰি জান ঐ

মই পাগলি হং 

দেহা গৰকা মৰমে 

জান ঐ মাৰিছে বেয়াকে 

যিমান মৰম লাগে তোকে 

নালাগে আনকে 


AssameseLyrical.com

লচপচী দেহাতি ক’তে থং 

কলিজাত লাগে জেতুকাৰ ৰং 

তোক বিচাৰি জান ঐ

মই পাগলি হং



ফুল গামোচা ববলে শিকিলোং 

বহি তাঁতৰে পাটতে  

দ -পথাৰত নামিবলে পাৰোং

ৰোৱা তোলা বতৰতে 



ফুল গামোচা ববলে শিকিলোং 

বহি তাঁতৰে পাটতে 

দ -পথাৰত নামিবলে পাৰোং

ৰোৱা তোলা বতৰতে 



জান ঐ হে পাবলে 

সকলো কৰিম মই 

লুতি বাগৰ মাৰিম বুলি 

নাভাবিবি তই 



লচপচী দেহাতি ক’তে থং 

কলিজাত লাগে জেতুকাৰ ৰং 

তোক বিচাৰি জান ঐ

মই পাগলি হং



বাখৰ তই মোৰে জাননে

কোমল কোমল বুকুতে 

সাগৰ হয় নদী বৈ থাকিম 

তোৰে হিয়াত সদায়ে 

পাতৰ ভাত মুঠি বাঢ়ি দিম 

অতিনো হেঁপাহতে 

ভাগৰ পাহৰি কাষতে 

থাকিমনো একেলগে

দেহা গৰকা মৰমে 

মাৰিছে বেয়াকে 

যিমান মৰম লাগে তোকে 

নালাগে আনকে 

লচপচী দেহাতি ক’তে থং 

কলিজাত লাগে জেতুকাৰ ৰং 
তোক বিচাৰি জান ঐ

মই পাগলি হং



তোক বিচাৰি জান ঐ

মই পাগলি হং



তোক বিচাৰি জান ঐ

মই পাগলি হং