Politics Nokoriba Bondhu Lyrics

Published on December 2, 2020

Politics Nokoriba Bondhu Lyrics




Song: Politics Nokoriba Bondhu

Singer : Zubeen Garg

Album: Maa

 

Politics Nokoriba Bondhu Lyrics

পলিটিক্স নকৰিবা বন্ধু

পলিটিক্স নকৰিবা বন্ধু

দুবেলা দুসাজ ভাত খুটি-খুটি খাওঁ

পলিটিক্স নকৰিবা বন্ধু

পলিটিক্স নকৰিবা বন্ধু

AssameseLyrical.com

 জাতিৰ মাটিৰ গান গুন্-গুনাওঁ

পলিটিক্স নকৰিবা বন্ধু

পলিটিক্স নকৰিবা বন্ধু…

 মন্ত্ৰী-এমএলএ সব পাপৰহে মাত্ৰ

দেখিবলৈ খাদ্য আচলতে শব্দ…

ক্ষমতাৰ জোৱাৰত আমি আছো মুগ্ধ

জাগ্ৰত জনতাক কৰি দিশভ্ৰষ্ট্ৰ

পৰিৱৰ্তন শব্দটি শুনিবলৈ ভাল…

ঘেন্টা ডাল

পলিটিক্স নকৰিবা বন্ধু

পলিটিক্স নকৰিবা বন্ধু

দুবেলা দুসাজ ভাত খুটি-খুটি খাওঁ

পলিটিক্স নকৰিবা বন্ধু

পলিটিক্স নকৰিবা বন্ধু

 জাতি-মাটি-ভেটি আৰু প্ৰগতি

জাতি-জনগোষ্ঠী আছ’ লুটি-পুতি

মন্দিৰ-মছজিদ সেৱা কৰি লাভ নাই

সৌজন সন্মুখত হাঁহি মাৰি সাৰি যায়…

জানি ল’বি সবে তহতৰো আহি আছে কাল

নামি মহাকাল…

 

পলিটিক্স নকৰিবা বন্ধু

পলিটিক্স নকৰিবা বন্ধু…

দুবেলা দুসাজ ভাত খুটি-খুটি খাওঁ

পলিটিক্স নকৰিবা বন্ধু

পলিটিক্স নকৰিবা বন্ধু

 জাতিৰ মাটিৰ গান গুন্-গুনাওঁ

পলিটিক্স নকৰিবা বন্ধু

পলিটিক্স নকৰিবা বন্ধু…