Beauty Bettera Lyrics

Published on November 30, 2020
Beauty Bettera Lyrics



Song: Beauty Bettera

Singer: Simanta Shekhar, Priyanka Bhorali

Beauty Bettera Lyrics

 বিউতি বেটাৰা ও মাই ডার্লিং 

ইউ চেন্দমি লেতেৰা  

বিউতি বেটাৰা ও মাই ডাৰ্লিং

ইউ চেন্দমি লেতেৰা 

আৰে বিউতি বেটাৰা ও মাই ডাৰ্লিং 

ইউ চেন্দমি লেতেৰা 

আই এম ফ্ৰম চিমলা 

এন্দ ইউ আৰ ফ্ৰম শ্বিলং 

তোমাৰ মোৰে মাজত আছে 

শৰাইঘাতৰ দং 

বুকু ভৰি আছে যে মোৰ 

তোমালে ভালপোৱা 

তোমাৰ ভাগৰ মৰম খিনি 

হুৱাতচাপতে পঠাই দিয়া 

বিউতি বেটেৰা ও মাই ডাৰ্লিং 

ইউ চেন্দমি লেতেৰা 

বিউতি বেটাৰা ও মাই ডাৰ্লিং 

ইউ চেন্দমি লেতেৰা 

ফেচবুকতে তোমাৰে স’তে 

ইনে এ ৰিলেচন দি দিলো 

লগৰ বোৰে জুকাব মোক 

তথাপি মই কিয়াৰ নকৰো 

কোনোবাই লাইক মাৰিব 

কোনোবাই কমেণ্ট দিব 

কোনোবাই চিয়াৰ কৰি 

সকোলোকে জনাব 

বিউতি বেটাৰা ও মাই ডাৰ্লিং 

ইউ চেন্দমি লেতেৰা 

আৰে বিউতি বেটেৰা ও মাই ডাৰ্লিং 

ইউ চেন্দমি লেতেৰা ও 

AssameseLyrical.com

মবাইলৰে কেমাৰতো 

অলপ বেছি দামি কিনিছো 

তোমাৰ ফটো এতিয়াহে 

আৰো বেছি ভাল দেখিছো 

মন যায় ফেমাচ হ’ব 

মন যায় গান গাব 

মন যায় তোমাৰ লগত 

চেল্ফি এখন তুলিব 

বিউতি বেটাৰা ও মাই ডাৰ্লিং 

ইউ চেন্দমি লেতেৰা 

বিউতি বেটেৰা ও মাই ডাৰ্লিং 

ইউ চেন্দমি লেতেৰা 

বিউতি বেটাৰা ও মাই ডাৰ্লিং 

ইউ চেন্দমি লেতেৰা 

আই এম ফ্ৰম চিমলা 

এন্দ ইউ আৰ শ্বলিং 

তোমাৰ মোৰে মাজত আছে

শৰাইঘাতৰ দলং 

বুকু ভৰি আছে যে মোৰ 

তেমালে ভালপোৱা 

তেমাৰ ভাগৰ মৰম খিনি 

হুৱাতচপতে পঠাই দিয়া 

বিউতি বেটেৰা ও মাই ডাৰ্লি 

ইউ চেন্দমি লেতেৰা 

বিউতি বেটেৰা ও মাই ডাৰ্লিং 

ইউ চেন্দমি লেতেৰা ও