Preetir Xubakhe Lyrics

Published on November 21, 2020

 

Preetir Xubakhe Lyrics

Song: Preetir Xubakhe

Singer: Zubeen Garg

Album: Anamika

Preetir Xubakhe Lyrics

প্ৰীতিৰ সুৱাসে

ধুৱাই দিলেহি

মোৰেই উদাসী মন

পাহৰা গীতৰ  সুৰে আহি

জগালেহি যৌৱ্ন কিয় বাৰু

প্ৰীতিৰ সুৱাসে

ধুৱাই দিলেহি  

মোৰেই উদাসী মন 

দুচকু তুলি 

চৌপাশে  চাঁলো 

ফুলিছে ৰজনিগন্ধা

আকাশত  দেঁখো

সাৰদী জোনাক

নামিছে অলকানন্দ

আকাশত দেঁখো

সাৰদী জোনাক

নামিছে অলকানন্দ

পাহৰা  গীতৰ  সুৰে আহি

পাহৰা গীতৰ সুৰে আহি

জগালেহি যৌৱ্ন কিয় বাৰু

প্ৰীতিৰ  সুবাসে

ধুৱাই দিলেহি

মোৰই উদাসী মন  

শত ৰজনিৰ এন্ধাৰ আতৰি গ’ল

সুন্দৰৰে ৰোহন পাখিৰে জীৱ্ন ৰঙালী হ’ল 

আকাশত দেখো

শাৰদী জোনাক

নামিছে অলকান্ন্দা..

আকাশত দেঁখো

শাৰদী জোনাক

নামিছে অলকান্ন্দা..

AssameseLyrical.com

পাহৰা গীতৰ সুৰে আহি…

পাহৰা গীতৰ সুৰে আহি

জগালেহি যৌৱ্ন কিয় বাৰু…

প্ৰীতিৰ সুৱাসে

ধুৱাই দিলেহি

মোৰেই উদাসী মন 

পাহৰা গীতৰ সুৰে আহি 

জগালেহি যৌৱ্ন কিয় বাৰু 

প্ৰীতিৰ সুৱাসে 

ধুৱাই দিলেহি….