Bujiu Nubujane Lyrics

Published on November 17, 2020
Bujiu Nubujane Lyrics



Song: Bujiu Nubujane

Singer: Zubeen Garg

Album: Unmona Mon

Bujiu Nubujane Lyrics


বুজিও  নুবুজানে

কিমান তোমাক বিচাৰো যে

ক’ব খুজিও মই

নোৱাৰো ক’ব একো

ভয়  লাগে যদি তুমি আতঁৰি যোৱা

বুজিও  নুবুজানে

নোৱাৰো ভাবিব কিয়নো একো মই

তোমাক দুৰত ৰাখি

বাহিৰে ভিতৰে সকলোতে  আজি মোৰ

উমলি আছা তুমি   (2X)


AssameseLyrical.com


হিয়াৰ আপোন বুলি

তুমিয়ে কাষত মোৰ এই জীৱ্নত

এই জীৱ্নত


বুজিও  নুবুজানে…


বহুতৰ হিয়াৰ মাজত বিচাৰি গ’লো মই

নাপালো সঁচা মৰম

তুমিয়েই দিলা মোক মৰমৰ সহাঁৰি

ৰ’লাহি নিৰৱে কাষত    (2X)


কাৰোবাৰ মৰম পায়

তুমিও  যাবা নেকি মোক পাহৰি

মোক পাহৰি


বুজিও  নুবুজানে

কিমান তোমাক বিচাৰো যে

কব খুজিম  মই

নোৱাৰো কব একো

ভয় লাগে যদি তুমি আতৰি যোৱা