Monole Ubhoti Ahe Lorali Lyrics

Published on November 15, 2020

Song: Monole Ubhoti Ahe Lorali Lyrics
Singer: Zubeen Garg & Diganta Bharati
Movie: Daag

Monole Ubhoti Ahe Lorali Lyrics

মনলে উভতি আহে ল’ৰালি

তোৰে মোৰে এটি এটি ধেমালী 

আছিলো তোৰে মৰমতে খেলি

মোৰো ভাল লাগে তাকে শুৱৰি

মনলে উভতি আহে ল’ৰালি

তোৰে মোৰে এটি এটি  ধেমালী

তোকে লৈ দেখো  মই মোৰে বুকুৰে এটি এটি সপোন

AssameseLyrical.com 

আবেগে উপচে ভাবিলে তই তো মোৰে আকাশৰে জোন

ম’ই দেখো সপোন

দিনে ৰাতিয়ে চোন

প্ৰায়ে আজিকালি

ল’ৰালি আজিও চোন আতৰা নাই

আহে কিনো কম দাদা মোইও তোৰেহে ভায়

মনলে উভতি আহে ল’ৰালি

তোৰে মোৰে এটি এটি ধেমালী

কিদৰে পাহৰো তোৰে মৰমকে তোৰে চেনেহকে

কথা দিলো আজি আনিমেই আজোৰা সপোনকে 

আগলে হবি তোই মোৰ পৰিচয়

আৰো লাগিচেনো কি

মোৰে মন তোলৈকে আনিম এজনী

বহুতৰ মাজৰ পৰা বাচি বাচি

কইনা সাজে আহিব নবৌ জনী

মানুহকে মানুহ ভৰিব ৰভা তলি

অ’ অ’ অ’

নান না না ৰা নানা নানা নান না

নান না না ৰা নানা নানা নান না

নান না না ৰা নানা নানা নান না

নান না না ৰা নানা নানা নান না