Tumi Tumi Loga Lyrics

Published on November 12, 2020

Tumi Tumi Loga Lyrics 



Song: Tumi Tumi Loga

Singer: Anurag Saikia

Tumi Tumi Loga Lyrics 

তুমি তুমি লগা

বতাহ জাকৰ বহু কথা


কপি কপি উঠা

অনুৰাগৰ কিনো বেঠা


চোৱাচোন এবাৰ আহি তুমি

প্ৰেমৰ এই জাননী


AssameseLyrical.com


ওহ দিয়াচোন বুকুতে লিখি

সোনালী চেনেহৰ চিঠী


উলাহৰে নদীত

ঢৌ বোৰে  খেলি

সাৱতি ধৰে


মোক আজি তোমাকে ভাবি


ও ও হো আকি আচো ছবি

চাওনিত সিচি

দিচো মই  প্ৰতিশ্ৰুতি

 

পুৱৰ আকাশে কলে

মই  তোমাৰ চিৰদিনলে


নৰবা দুৰতে 

আজি বিচাৰো কাষতে 


নুবুজো মই একোকে

কিয়  বসন্ত  চৌপাশে

শুকুলা শুকুলা ৰাতি  আছো উজাগৰে


সমীৰো সুবাস খেদি 

 আহিবা দুভাগ ৰাতি


অভিমানৰ দি পেলাবা

মনে মনে


কাহিনী দুৱৰিত লিখি

তুমি বিচৰা খিনি

দুবাহুতে মোৰ

থিতাপি লবা


উলাহৰে নদীত

ঢৌ বোৰে  খেলি

সাৱতি ধৰে মোক আজি

তোমাকে ভাবি


ওহ ও ও আকি আচো ছবি

জুৰীয়া পখীৰ চাৱ্নীত সিচি

দিচো মোই প্ৰতিশ্ৰুতি